MAJA-1.1.3 এ-ঔ স্বৰ ধ্বনি পৰিচয় (L)

Lesson: MAJA-1.1.3 এ-ঔ স্বৰ ধ্বনি পৰিচয় (L)

এ-ঔ স্বৰ ধ্বনি পৰিচয়

Show Captions

এ-ঔ স্বৰ ধ্বনি-1

এক
এন্দুৰ
এৰী
এ

এ-ঔ স্বৰ ধ্বনি-2

ঐৰাৱত
ঐক্য
ঐক্যতান
ঐ

এ-ঔ স্বৰ ধ্বনি-3

ওল
ওঁঠ
ওলমি
ও

এ-ঔ স্বৰ ধ্বনি-4

ঔষধ
ঔটেঙা
ঔদৰিক
ঔ